দিচৈ নদীদিছপুৰ

দিচৈ নৈ (Assamese) [ Roman: di.soi noi]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-07
1. River(Material Noun-Neuter) A tributory of Brahmaputra flowing through Jorhat district of Assam. Originating from Naga hills, meets Janji Noi and finally meets Brahmaputra. ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ যোৰহাট জিলাৰ মাজেৰে বৈ গৈ জাঁজি নৈৰ লগ হৈ ব্ৰহ্মপুত্ৰত মিলিছে।